header ads

সাঁথৰ | Riddle Collected by Garima Das



১) তুলা হেন ভাঁহে শিল হেন তল পৰে৷

উঃ  ভেকুলী।

২) আগ তিতা গুৰি মৌ, কি কৰিছা ভেবেলী বৌ৷

উঃ কুঁহিয়াৰ।


৩) এযোৰ পক্ষী আছে, কাকো কোনেও নেদেখে৷

উঃ চকু।


৪) এক ঠেঙীয়া বগলী নিতৌ নাচে গধূলি৷

উঃ বিচনী।


৫) উপি উপি উপি বাটত আছে চুপি৷

উঃ জোঁক।

 

 সংগ্ৰহ

গৰিমা দাস 

চতুৰ্থ শ্ৰেণী,

৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয়

কমলপুৰ শিক্ষা খণ্ড৷

Post a Comment

0 Comments