header ads

জানিবলগীয়া কিছু কথা | Important quiz collected by Yovraj Deka

জানিবলগীয়া কিছু কথা....

 

১. চাৰি যুগ – সত্য, ত্ৰেতা, দ্বাপৰ, আৰু কলি ৷

 

২. চাৰি বেদ – ঋগবেদ, যজুৰ্ব্বেদ, সামবেদ , অথৰ্ববেদ ৷

 

৩. চাৰি আশ্ৰম – ব্ৰক্ষচাৰ্য্য , গাৰ্হস্থ্য, বানপ্ৰস্থ, সন্ন্যাস ৷

 

৪. পাঁচ ইন্দ্ৰিয় – চকু , কাণ, নাক, জিভা, ছাল ৷

 

৫. সাত ৰং – বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া , সুমথিৰা বা কমলা , ৰঙা

(ৰং কেইটাৰ প্ৰথম আখৰকেইটা লগ লগাই “বেঘনীসেহাসুৰ” পোৱা যায় ৷ )

 

৬. ছয় ঋতু – বসন্ত, গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত ৷


 ********************

 

যুৱৰাজ ডেকা

দশম শ্ৰেণী

কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, 

কমলপুৰ শিক্ষাখণ্ড

 

Post a Comment

0 Comments