header ads

গণিতৰ যাদু | Math Magic Tricks

৯ৰ যাদু

 

১/ 

৯৯x৪৩=৪২৫৭

প্ৰথমতে ৪৩ৰ পৰা ১ কমাই ৪২ পাতিব লাগিব ৷পাছত ক্ৰমে ৪ আৰু২ ৰ লগত কি যোগ কৰিলে  ৯ পোৱা যাব ভাবি ৪২ ৰ পাছত পাতিব লাগিব ৷

অৰ্থাৎ ৪২ পতাৰ পাছত মই ৫ আৰু ৭ বহুৱাইছোঁ৷

 


২/ 

একেদৰে 

৯৯৯x১৩৯ = ১৩৮৮৬১

৯৯৯৯x২৩৪৫=২৩৪৪৭৬৫৫


৯৯৯x২৩= 

এই ক্ষেত্ৰত ২৩ ৰ আগত ০ বহুৱাই ৩অংকৰ সংখ্যা বনাই লব লাগে অৰ্থাৎ 

৯৯৯x০২৩=০২২৯৭৭

এতিয়া ০ টো মচি দিলে উত্তৰ পোৱা যাব ২২৯৭৭

৯৯৯x২৩=২২৯৭৭

  

Post a Comment

0 Comments