header ads

আৱিষ্কাৰ বিষয়ত কুইজ | Quiz collected by Hiramani Nath

আৱিষ্কাৰ বিষয়ত কুইজ

 

 

১. টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল ?

- আলেকজেণ্ডাৰ গ্ৰাহাম বেল ৷

 

২. অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল ?

- প্ৰীষ্টলী ৷

 

৩. এৰোপ্লেন কোনে আৱিষ্কাৰ কৰিছিল ?

- অলভিল আৰু উইলবাৰ ৰাইট ৷

 

৪. ডিজেল ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল ?

- ৰুডলফ ডিজেল ৷

 

৫. অণুবীক্ষণ যন্ত্ৰ কোনে উদ্ভাৱন কৰিছিল ?

- জেকেৰিয়াছ জেনছেন ৷

 

 **************

 

হিৰামণি নাথ

চতুৰ্থ শ্ৰেণী

ভিতৰখোলা মধ্য ইংৰাজী বিদ্যালয়।

শিক্ষাখণ্ড - কমলপুৰ

 


Post a Comment

0 Comments