কুইজ
১/ ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানী দুখন?
উত্তৰ=জন্মু-কাশ্মীৰ।
২/ ভাৰতৰ কোনখন নদীত হীৰা পোৱা যায়?
উত্তৰ=কৃষ্ণা নদীত(দক্ষিণ ভাৰত)।
৩/ ভাৰতৰ ক'ত প্ৰথম সোণৰ খনি পোৱা গৈছিল?
উত্তৰ=কৰ্ণাটকৰ কোলাৰত।
৪/ ভাৰতৰ সকলোতকৈ পবিত্ৰ নদী কোনখন?
উত্তৰ=গংগা।
৫/ ভাৰতৰ কোনখন চহৰক অট্টালিকাৰ চহৰ বুলি জনা যায় ?
উত্তৰ=কলকাতা।
নাম=খাদিম ভূঞা
পঞ্চম শ্ৰেণী
খোপনিকুছি প্ৰাথমিক বিদ্যালয়
হাজো ব্লক
--------------×-------------
0 Comments