header ads

কুইজ | Quiz Collected by Khadim Bhuyan

কুইজ

 

১/ ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানী দুখন?

     উত্তৰ=জন্মু-কাশ্মীৰ।

২/ ভাৰতৰ কোনখন নদীত হীৰা পোৱা যায়?

     উত্তৰ=কৃষ্ণা নদীত(দক্ষিণ ভাৰত)।

৩/ ভাৰতৰ ক'ত প্ৰথম সোণৰ খনি পোৱা গৈছিল?

     উত্তৰ=কৰ্ণাটকৰ কোলাৰত।

৪/ ভাৰতৰ সকলোতকৈ পবিত্ৰ নদী কোনখন?

    উত্তৰ=গংগা।

৫/ ভাৰতৰ কোনখন চহৰক  অট্টালিকাৰ চহৰ বুলি জনা যায় ?

   উত্তৰ=কলকাতা।

 

নাম=খাদিম ভূঞা

পঞ্চম শ্ৰেণী

খোপনিকুছি প্ৰাথমিক বিদ্যালয়

হাজো ব্লক

--------------×-------------

 


Post a Comment

0 Comments