header ads

সাঁথৰ | Riddle collected by Nayan Das

সাঁথৰ


১) পেট আছে পেটু নাই ,মুখ আছে জিভা নাই৷
উঃ কলহ ৷


২) টুপ টুপ টুপলি পানী পালে মুকলি ৷
উঃ জাল 


৩) মাক জুতুলী পুতুলী ,পুতেক চোকা টেকেলী৷
উঃ জলকীয়া ৷


৪)আই বুলিলে নালাগে, বোপাই বুলিলে লাগে৷
উঃ ওঁঠ ৷


৫) একেডাল খেৰে ঘৰখন বেৰে৷
উঃ চাকি ৷

***************


শ্ৰীনয়ন দাস
চতুৰ্থ শ্ৰেণী
৩২৭নং লেজা প্ৰাথমিক বিদ্যালয়
কমলপুৰ শিক্ষা খণ্ড৷

 

Post a Comment

0 Comments