header ads

সাঁথৰ | Riddle collected by Nilim Kr Deka

 সাঁথৰ

 

১. বগা বগা চাহাবে ৰঙা-কলা টুপি পিন্ধে, এক ঘোঁচা মাৰি দিলে জ্বলি-পকি উঠে --- জুইশলা ৷


২. হাবিত কাঁহে ওলাই নাহে --- কুঠাৰ ৷


৩. দেশ আছে মানুহ নাই, নদী আছে পানী নাই --- মানচিত্ৰ ৷

 **************************

 

নীলিম কুমাৰ ডেকা

বৰদৈ পখীয়া প্ৰাথমিক বিদ্যালয়

৩য় শ্ৰেণী

কমলপুৰ শিক্ষাখণ্ড

 


Post a Comment

0 Comments