header ads

কিছু অদ্বিতীয় কুইজ আৰু জানিবলগীয়া কথা | Quiz collected by Chaitali Ghosh

 কিছু অদ্বিতীয় কুইজ আৰু জানিবলগীয়া কথা

 

(১) পৃথিৱীৰ আটাইতকৈ সুখী দেশখনৰ নাম কি ?

উ:  ফিনলেন্ড ( Finland )

(২) কোন দেশ সামৰিক বাহিনী বা সেনা বাহিনীত আটাইতকৈ শক্তিশালী ?

উ: চীন দেশ (China)

(৩) কোন দেশৰ ৰাষ্ট্রীয় সংগীতত কোনো শব্দ নাই ?

উ: স্পেইন ( Spain )

(৪) আমেৰিকাই জাপানৰ ওপৰত নিক্ষেপ কৰা পৰমাণু বোমা দুটাৰ নাম কি ?

উ: লিট্ ল মেন (Little Man) আৰু ফেট্ বয় (Fat Boy)

(৫) কৰণা ভাইৰাছৰ ফলত এজনো মানুহৰ মৃত্যু নোহোৱা দেশখনৰ নাম কি ?

উ: ভিয়েতনাম (Vietnam) [৩০ জুলাই ২০২০ লৈ)

 

********************

 

চৈতালী ঘোষ

সহকাৰী শিক্ষয়িত্রী

বঙৰা তালুকদাৰপাৰা বালিকা প্রাথমিক বিদ্যালয়

মো :  ৯৬৭৮৪২২৮০৭

শিক্ষাখণ্ডৰ নাম:  ৰামপুৰ

 


Post a Comment

0 Comments