header ads

মহৎলোকৰ বাণী

১) শিক্ষা মানুহৰ শ্ৰেষ্ঠ সম্পদ----চক্ৰেটিছ

২)উপদেশতকৈ আৰ্হি ভাল ------হজৰত মহম্মদ

৩) ভুল জনাতকৈ নজনাই ভাল----- শ্বেক্সপীয়েৰ

৪) চুৰ কৰা মহাপাপ ------ বুদ্ধদেৱ

৫) চৰিত্ৰ মানুহৰ আচল সম্পত্তি----- মাইলচ ৷

 

*************

অংশুমান দাস

চতুৰ্থ শ্ৰেণী

৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয়

কমলপুৰ শিক্ষা খণ্ড ৷

Post a Comment

0 Comments