header ads

সাঁথৰ |


১) পিটিকিলেই ভাঙে আফলিয়ালেওঁ নাভাঙে ৷

      উঃ ভাত

 

২)আগ তিতা গুৰি মৌ, কি কৰিছা ভেবেলী বৌ ৷

       উঃ কুঁহিয়াৰ

 

৩) এটা নিগনি এশ ধান কূটে, নেগুৰত ধৰিলে জাঁপ মাৰি উঠে ৷

     উঃ ঢেঁকী

 

৪) মাটিৰ তলৰ বগা বুঢ়ী, সাজ পিন্ধে কুৰি কুৰি ৷

    উঃ নহৰু

 

৫) পাত আছে ডাল নাই , কথা আছে মাত নাই ৷

     উঃ কিতাপ ৷

 

 *****************

শ্যামন্তিকা কাকতি

পঞ্চম শ্ৰেণী

৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয়

কমলপুৰ শিক্ষাখণ্ড

 


Post a Comment

0 Comments