header ads

সাঁথৰ

 সাঁথৰ
১) কি কলৰ বাকলি নাই ?
       উত্তৰ= দমকল

২)পাত আছে ডাল নাই ,কথা আছে মাত নাই ৷
       উত্তৰ= কিতাপ

৩) কি তাল নাবাজে ?
      উত্তৰ= চোতাল

৪) হাবিত কাহে ওলাই নাহে ৷
       উত্তৰ= কুঠাৰ

৫) পেট আছে পেটু নাই ,মুখ আছে জিভা নাই ৷
    উত্তৰ= কলহ

ভায়লিনা দাস
দ্বিতীয় শ্ৰেণী
৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয়
কমলপুৰ শিক্ষাখণ্ড 


Post a Comment

0 Comments