header ads

-সাঁথৰ

 
                        সাঁথৰ

১) বাঘ হেন জাঁপ মাৰে,কুকুৰ হেন বহে ৷
          উত্তৰ= ভেকুলী

২) গীত গায়,কথা কয়,মানুহ-দুনুহ কোনো নাই ৷
        উত্তৰ =ৰেডিঅ’

৩) ওপৰৰ পৰা পৰিল চিলা,গোটে গোটে মানুহ গিলা৷
         উত্তৰ= চোলা

৪) নদ-নদী শুকায় গ’ল,গছৰ ওপৰত পানী ৰ’ল ৷
      উত্তৰ=নাৰিকল৷

ময়ুৰী কাকতি
দ্বিতীয় শ্ৰেণী
৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয়
কমলপুৰ শিক্ষা খণ্ড৷ 

Post a Comment

0 Comments