header ads

মহৎলোকৰ বাণী

 


১) এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন মানুহ হত্যা কৰা একে কথা ।

----- মিল্টন


২) শিক্ষা হৈছে সঞ্জীৱনী অমৃত ।

-----জাকিৰ হুছেইন



৩) শিক্ষাৰ ঘাই শিপাডাল বৰ তিতা, কিন্তু ইয়াৰ ফল বৰ মিঠা ।

-----এৰিষ্টটল


৪) শিক্ষাই জীৱন, জীৱনেই শিক্ষা ।

------ লজ



সংগ্ৰহ-------

মিছ কৰিশ্মা বেগম
শ্ৰেণী- সপ্তম মান
বালিঝাৰ এম ই মাদ্ৰাছা
শিক্ষাখণ্ড- ছমৰীয়া

Post a Comment

0 Comments