শিল্পী দিৱস উপলক্ষে আয়োজিত 'জ্যোতিৰ আভা' শীৰ্ষক অনুষ্ঠানৰ বিভিন্ন প্ৰতিযোগিতাসমূহৰ ফলাফল আৰু
বিজয়ী প্ৰতিযোগীসকল হ'ল:
জ্যোতি
সঙ্গীত প্ৰতিযোগিতা- 'ক' শাখা-
১ম স্থান- ৰিয়া দাস
পঞ্চম শ্ৰেণী,
শুৱালকুছি সনাতন বালিকা এল.পি স্কুল, শিক্ষাখণ্ড- হাজো
২য় স্থান- পুনম নাথ
সপ্তম শ্ৰেণী, বালাসিদ্ধি আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়, শিক্ষাখণ্ড-ছয়গাঁও
৩য় স্থান- অনুশ্ৰী কলিতা
সপ্তম শ্ৰেণী, বালাসিদ্ধি আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়, শিক্ষাখণ্ড-ছয়গাঁও
'খ' শাখা-
১ম স্থান- কৃষ্ণাক্ষী কলিতা
নৱম শ্ৰেণী,
ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিক্ষাখণ্ড- ৰামপুৰ
২য় স্থান- চিৰঞ্জীৱ বৰ্মন
দশম শ্ৰেণী,
ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিক্ষাখণ্ড- ৰামপুৰ
৩য় স্থান- চিন্ময় দাস
দশম শ্ৰেণী,
ৰোহিনী কুমাৰ চৌধুৰী
হাইস্কুল, কুকুৰমাৰা, শিক্ষাখণ্ড- ছয়গাঁও
নৃত্য
প্ৰতিযোগিতা"-ক' শাখা-
১ম স্থান-ভনিতা দাস
চতুৰ্থ শ্ৰেণী,
ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়, শিক্ষাখণ্ড- হাজো
২য় স্থান- জুবলী চৌধুৰী
চতুৰ্থ শ্ৰেণী, বঙৰা তালুকদাৰপাৰা,
বালিকা প্ৰাথমিক বিদ্যালয়, শিক্ষাখণ্ড- ৰামপুৰ
৩য় স্থান- নিশিতা বড়ো
চতুৰ্থ শ্ৰেণী,
দক্ষিণ বাংকাকাটা প্ৰাথমিক বিদ্যালয়, শিক্ষাখণ্ড- ছয়গাঁও
'খ' শাখা-
১ম স্থান- ৰাগতৃষ্ণা
দাস
সপ্তম শ্ৰেণী,
শৰাইঘাট হাইস্কুল, আমিনগাঁও, শিক্ষাখণ্ড-
কৰৰা
২য় স্থান-বিদিষা গোস্বামী
পঞ্চম শ্ৰেণী,
শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয়, শিক্ষাখণ্ড-
হাজো
৩য় স্থান- জুৰি দাস
অষ্টম শ্ৰেণী,
বালাসিদ্ধি আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়, শিক্ষাখণ্ড-
ছয়গাঁও
কবিতা আবৃত্তি প্ৰতিযোগিতা :
১ম স্থান- ভনিতা দাস
চতুৰ্থ শ্ৰেণী,
ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়, শিক্ষাখণ্ড- হাজো
২য় স্থান- পাঞ্চী দাস
শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয় শিক্ষাখণ্ড-
হাজো
৩য় স্থান- বিপাশা দাস
নলগাঁও প্ৰাথমিক বিদ্যালয়, শিক্ষাখণ্ড- ৰাণী
সংলাপ কোৱা প্ৰতিযোগিতা (ছাত্ৰ-ছাত্ৰীৰ বাবে):
সংলাপ কোৱা প্ৰতিযোগিতাত 'খ' শাখাৰ একমাত্ৰ
প্ৰতিযোগী :
শ্ৰী ৰশ্মিতা
হীৰা
নৱম শ্ৰেণী, শৰাইঘাট হাইস্কুল,
আমিনগাঁও শিক্ষাখণ্ড- কৰৰা
সংলাপ
কোৱা প্ৰতিযোগিতা-‘ক’ শাখা
নিচুকনি বঁটা:- নুৰী আস্মা বেগম
ষষ্ঠ শ্ৰেণী, নিজবৰিগোগ হাইস্কুল, শিক্ষাখণ্ড- ৰঙিয়া
সংলাপ কোৱা প্ৰতিযোগিতা (শিক্ষকৰ বাবে) :
সহ:শিক্ষয়িত্ৰী, জেজাৰবড়ী
প্ৰাথমিক বিদ্যালয়, শিক্ষাখণ্ড-ৰামপুৰ
২য় স্থান- অনিল ঠাকুৰীয়া
প্ৰধান
শিক্ষক, দলৈপাৰা প্ৰাথমিক বিদ্যালয়, শিক্ষাখণ্ড-ছয়গাঁও
৩য় স্থান- বৰষা কলিতা
সহ:শিক্ষয়িত্ৰী, ফটুৰী বালক প্ৰাথমিক বিদ্যালয়, শিক্ষাখণ্ড-ছয়গাঁও ।
0 Comments