header ads

জ্যোতিৰ আভা ফলাফল ।




শিল্পী দিৱস উপলক্ষে আয়োজিত 'জ্যোতিৰ আভা' শীৰ্ষক অনুষ্ঠানৰ বিভিন্ন প্ৰতিযোগিতাসমূহৰ ফলাফল আৰু বিজয়ী প্ৰতিযোগীসকল হ'ল:

 

জ্যোতি সঙ্গীত প্ৰতিযোগিতা- '' শাখা-

১ম স্থান- ৰিয়া দাস

পঞ্চম শ্ৰেণী, শুৱালকুছি সনাতন বালিকা এল.পি স্কুলশিক্ষাখণ্ড- হাজো

 ২য় স্থান- পুনম নাথ

সপ্তম শ্ৰেণী, বালাসিদ্ধি আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়শিক্ষাখণ্ড-ছয়গাঁও

 ৩য় স্থ‍ান- অনুশ্ৰী কলিতা

সপ্তম শ্ৰেণী, বালাসিদ্ধি আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়শিক্ষাখণ্ড-ছয়গাঁও

 

'' শাখা-

 ১ম স্থান- কৃষ্ণ‍াক্ষী কলিত‍া

নৱম শ্ৰেণী, ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়,  শিক্ষাখণ্ড- ৰামপুৰ

২য় স্থান- চিৰঞ্জীৱ বৰ্মন

দশম শ্ৰেণী, ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়,  শিক্ষাখণ্ড- ৰামপুৰ

 ৩য় স্থ‍ান- চিন্ময় দাস

দশম শ্ৰেণী, ৰোহিনী কুমাৰ চৌধুৰী  হাইস্কুল, কুকুৰমাৰা,  শিক্ষাখণ্ড- ছয়গাঁও

 

নৃত্য প্ৰতিযোগিতা"-ক' শাখা-

 ১ম স্থান-ভনিতা দাস

চতুৰ্থ শ্ৰেণী, ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়শিক্ষাখণ্ড- হাজো

 ২য় স্থান- জুবলী চৌধুৰী

 চতুৰ্থ শ্ৰেণী, বঙৰা তালুকদাৰপাৰা, বালিকা প্ৰাথমিক বিদ্যালয়শিক্ষাখণ্ড- ৰামপুৰ

 ৩য় স্থান- নিশিতা বড়ো

চতুৰ্থ শ্ৰেণী, দক্ষিণ বাংকাকাটা প্ৰাথমিক বিদ্যালয়,  শিক্ষাখণ্ড- ছয়গাঁও

 

'' শাখা-

 ১ম স্থান- ৰাগতৃষ্ণা দাস

সপ্তম শ্ৰেণী, শৰাইঘাট হাইস্কুল, আমিনগাঁও, শিক্ষাখণ্ড- কৰৰা

 ২য় স্থ‍ান-বিদিষা গোস্বামী

পঞ্চম শ্ৰেণী, শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয়, শিক্ষাখণ্ড- হাজো

৩য় স্থান- জুৰি দাস  

অষ্টম শ্ৰেণী, বালাসিদ্ধি আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়, শিক্ষাখণ্ড- ছয়গাঁও

 

 কবিতা আবৃত্তি প্ৰতিযোগিতা :

১ম স্থান- ভনিতা দাস

চতুৰ্থ শ্ৰেণী, ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়শিক্ষাখণ্ড- হাজো

 ২য় স্থান- পাঞ্চী দাস

শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয় শিক্ষাখণ্ড- হাজো

৩য় স্থান- বিপাশা দাস

নলগাঁও প্ৰাথমিক বিদ্যালয়শিক্ষাখণ্ড- ৰাণী

 

 সংলাপ কোৱা প্ৰতিযোগিতা (ছাত্ৰ-ছাত্ৰীৰ বাবে):

সংলাপ কোৱা প্ৰতিযোগিতাত 'খ' শাখাৰ একমাত্ৰ প্ৰতিযোগী :

 শ্ৰী ৰশ্মিতা হীৰা

 নৱম শ্ৰেণী, শৰাইঘাট হাইস্কুল, আমিনগাঁও শিক্ষাখণ্ড- কৰৰা

 

সংলাপ কোৱা প্ৰতিযোগিতা- শাখা

নিচুকনি বঁটা:- নুৰী আস্মা বেগম

 ষষ্ঠ শ্ৰেণী, নিজবৰিগোগ হাইস্কুল, শিক্ষাখণ্ড- ৰঙিয়া

 

 সংলাপ কোৱা প্ৰতিযোগিতা (শিক্ষকৰ বাবে) :     

 ১ম স্থান- মনীষা ৰাজবংশী দাস

সহ:শিক্ষয়িত্ৰী, জেজাৰবড়ী প্ৰাথমিক বিদ্য‍ালয়,  শিক্ষাখণ্ড-ৰামপুৰ

 ২য় স্থান- অনিল ঠাকুৰীয়া

প্ৰধান শিক্ষক, দলৈপাৰা প্ৰাথমিক বিদ্যালয়, শিক্ষাখণ্ড-ছয়গাঁও

 ৩য় স্থান- বৰষা কলিতা 

সহ:শিক্ষয়িত্ৰী, ফটুৰী বালক প্ৰাথমিক বিদ্যালয়,  শিক্ষাখণ্ড-ছয়গাঁও ।


 


Post a Comment

0 Comments