header ads

কুইজ |


ক) বিশ্ব পৰিবেশ দিৱস কোন তাৰিখে পালন কৰা হয়? 

উঃ ৫ জুন । 

খ) ধপাত নিষিদ্ধ দিৱস কোন তাৰিখে পালন কৰা হয়? 

উঃ ৩১ মে। 

গ) ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণী বিধৰ নাম কি? 

উঃ বাঘ। 

ঘ) ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কোন? 

উঃ ড০ এম.এচ. স্বামীনাথন। 

ঙ) গিৰ ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? 

উঃ গুজৰাট। 

 

শ্ৰী নিহাৰিকা কলিতা

শ্ৰেণী: পঞ্চম

স্কুল: ১২৬৮ নং পানীটেমা বালিকা প্ৰাঃ বিঃ। 

শিক্ষা খণ্ড: কমলপুৰ

__________________________________


জুন-জুলাই মাহৰ কেইটামান উল্লেখযোগ্য দিৱস

 

 

৪ জুন               : আন্তৰ্জাতিক শিশু নিৰ্যাতন বিৰোধী দিৱস।

৫ জুন               : বিশ্ব পৰিৱেশ দিৱস।

১২ জুন             : বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস।

১৪ জুন              : বিশ্ব ৰক্তদাতা দিৱস।

১৮ জুন              : বিশ্ব বনভোজ দিৱস।

২০ জুন              : বিশ্ব শৰণাৰ্থী দিৱস, ৰাভা দিৱস।

২১ জুন               : বিশ্ব সংগীত দিৱস।

২৬ জুন               : বিশ্ব ড্ৰাগছ দিৱস।

১ জুলাই              : চিকিৎসক দিৱস।

৭ জুলাই              : আন্তৰ্জাতিক সমবায় দিৱস।

১০ জুলাই             : ৰাষ্ট্ৰীয় মৎস্য কৃষক দিৱস।

১১ জুলাই             : বিশ্ব জনসংখ্যা দিৱস।

১৪ জুলাই             : সততাৰ দিন।

১৮ জুলাই             : নেলচন মেণ্ডেলা আন্তৰ্জাতিক দিৱস

২০ জুলাই             : পঢ়ুৱৈ দিৱস।

 

 

 

জিন্টিমণি নাথ

সপ্তম শ্ৰেণী

ভিতৰখোলা মধ্য ইংৰাজী বিদ্যালয়

কমলপুৰ শিক্ষাখণ্ড

Post a Comment

0 Comments