জেউতি ৰামচাই, চেংৰাগ, আষ্টিকা, ৰূপাৰ লগতে নামচাং গাঁৱত সকলোৰে ব্যস্ততা। কাৰোৰে আহৰি নাই। নামচাং গাঁৱত প্ৰথমবাৰৰ বাবে চৰকাৰী মানুহ আহিব , সেয়ে সকলো মানুহে আনন্দত আত্মহাৰা হ…
মোমাই যিদিনা আহিছিল খিড়িকীখনৰ মুখত বহি হৰমলাই বাওঁহাতখন দাঙিলে । ৰূপালী মিহি আঁহবোৰ ফালি ফালি হাতখন ওপৰলৈ উঠিল । তললৈ নামি পৰিল ঘূৰ্ণীয়মান টাকুৰীটো । সুতা এডালত দুটা খহটা আঙুলিৰ ঘৰ্ষণ। হৰ…
প্ৰভু “ঔ , ঔ ,ঔ --!” ডাঙৰ বৌৱেকে মতাৰ লগে লগে কুকুৰটো হাজিৰ হ’লহি ৷ দমকলৰ পাৰত থকা কাঁহীখনত মাংসৰে সানি দিয়া ভাতকেইটাৰ পৰা হাঁড় এডাল তুলি চোবাবলৈ ধৰিলে ৷ এটা ঢেকুৰা কুকুৰক আৰু কি নামেৰে মাতিব বাৰু…
নপঢ়োঁ যা ৰা তিপুৱা সময় ৷ অনুপমে পত্নী জোনালীৰ পুৱাৰ চাহকাপৰ আশাত ৰৈ আছে ৷ কাষত সৰু ছোৱালীজনীয়ে ফলি কিতাপ লৈ দেউতাকে দেখুৱাই দিয়াৰ অপেক্ষাত বহি আছে ৷ এনেতে মানুহ এজন আহি অনুপমক পোনে পোনে ক’লে , …
হেপ্পী বিহু ৰাতিপুৱা কাষৰ পথাৰখনৰ পৰা ভাঁহি অহা বিহু নামটোৰ লগতে ৰজত বৰুৱাৰ টোপনি ভাগিল । চকুহাল মেলিয়েই মনত পৰিল আজি প্ৰথম বহাগ । মনটো ভাল লগাৰ লগতে ক'ৰবাত কিবা এটা শোকে বৰুৱ…
সময় (গল্প ) " মাজনী , ভাত বাঢ়িছো আহ । ককাকো মাতি লৈ আহ । " " ককা , ভাত দিছে ব'লা । " ককাক মানে মিহিৰ দাস অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু মাজনী , তেখেতৰ নাতিনী প্ৰিয়া । মাকৰ মাত…
স্বপ্ন ভংগ ( কথা গল্প ) : অভিনন্দন ৰাজবীৰ । : ধন্যবাদ । : তুমি কেতিয়া যাবাগৈ ? : মই নাযাওঁ । : কিন্তু , কিয় ? : মন নাই । : তেন্তে এন্ট্ৰেন্স দিছিলা কিয় ? : নিজক জুখি চালোঁ । : আচৰিত , তাত …
জাহিদা ( বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা ) নীলা মিলিয়ে অট'ৰ পৰা নামি প্ৰায় দৌৰি যোৱাৰ দৰে গৈ বিদ্যালয়ত সোমালেগৈ । ঘড়ীটোলৈ চালে ৯.০৫ বাজিলে । ছেঃ .. আজিও প্ৰাতঃসভা নাপাওঁ । অফিছৰ পৰা…
গোটোৱা গোলাপ কলি : আপোনালোকৰ ইয়াত মোৰ ল'ৰা এজন আছে । চাৰে কৈছিল । ড° হৰিনাথ শৰ্মাদলৈ চাৰে । ওখ , ঋজু শৰীৰ । যেন মনৰ সাৱলীলতা দেহতো ফুটি উঠে । চাৰে মূৰ দাঙি খোজ কাঢ়ে । মুখামুখি হোৱাৰ …
শিক্ষক দিৱসৰ ছাৰপ্ৰাইজ ( মধুৱে শিক্ষক দিৱসৰ আগদিনা শিক্ষক দিৱসৰ বাবে ছাৰ - বাইদেউক কি ছাৰপ্ৰাইজ দিব সেই কথা আলোচনা কৰিবলৈ বন্ধুৰ ঘৰলৈ গৈ আছিল । বাটতে সি শিক্ষক এগৰাকীক লগ পালে । ) শিক্ষক : মধ…
শকত ল'ৰাজন ৰবীন এজন শকত ল'ৰা । তাক লগৰবোৰে শকত হোৱা কাৰণে প্ৰায়েই জোকাইছিল । এদিন সি এনেদৰে ফুৰি থাকোতে কেইজনমান ল'ৰাই ৰবীনক জোকাবলৈ ধৰিলে । সিহঁতে ক'লে যে- ৰবীন শকত আ…
জ্ঞানম ফেইচবুক পৃষ্ঠা